পৰৱৰ্তী পৰীক্ষাসমূহ কেনেকৈ পাতিব SOP জাৰি SEBAৰ

পৰৱৰ্তী পৰীক্ষাসমূহ কেনেকৈ পাতিব SOP জাৰি SEBAৰ
প্রতিখন থানা, আৰক্ষী চকীৰ বাবে নিযুক্ত হ’ব শিক্ষা বিষয়া
শিক্ষা বিষয়াৰ অনুপস্থিতিত জ্যেষ্ঠ শিক্ষকক দিব দায়িত্ব
থানা, আৰক্ষী চকীৰ পৰা প্রশ্নকাকত চমজি ল’ব কেন্দ্র তত্ত্বাৱধায়কে
প্রশ্নকাকত চমজি লোৱাৰ সময়ত উপস্থিত থাকিব স্কুল পৰিদৰ্শকে মনোনীত কৰা বিষয়া
সঠিক পেকেটৰ সংখ্যা, ছীল বন্ধ আছে নে নাই সেয়া চাইহে গ্রহণ কৰিব পেকেট
মনোনীত বিষয়াই এই সময়ছোৱাত ৰাখিব তীক্ষ্ণ দৃষ্টি
পৰীক্ষা হলত সোমোৱাৰ পূৰ্বে পৰীক্ষাৰ্থীৰ ল’ব তালাচী
আৰক্ষীক সহায় কৰিবলৈ পৰ্যাপ্ত সহায়ক নিয়োগ কৰিব পৰীক্ষা কেন্দ্রই
পৰীক্ষাৰ্থীৰ সঠিক তালাচী যাতে লোৱা হয়, সেয়া কৰিব নিশ্চিত
প্রতিটো পৰীক্ষা কোঠাৰ বাবে দুজন নিৰীক্ষক কৰিব নিযুক্ত
কোঠাত পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হ’লে অতিৰিক্ত নিৰীক্ষক কৰিব নিযুক্ত
নকল কৰা শিক্ষাৰ্থীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্রহণ
নিৰীক্ষকে জালিয়াতি কৰিলে নিৰীক্ষকৰ ওপৰতো কঠোৰ ব্যৱস্থা
পৰীক্ষা হলৰ অনিয়ম ৰোধ কৰিবলৈ প্রয়োজনত সহায় ল’ব‍ আৰক্ষীৰ
বাহিৰৰ পৰা কোনেও যাতে পৰীক্ষাত অসৎ পন্থা ল’ব নোৱাৰে তাৰ বাবে নিয়োগ কৰিব আৰক্ষী
প্রতিটো কেন্দ্রত কোনো যাতে অনিয়ম নঘটে সেয়া নিশ্চিত কৰিব দায়িত্বপ্রাপ্ত বিষয়াই

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...