লোকসভাৰ পৰা পদত্যাগ কৰিলে অখিলেশ যাদৱে

সমাজবাদ পাৰ্টীৰ প্ৰধান অখিলেশ যাদৱৰ লোকসভাৰ পৰা পদত্যাগ। আজি লোকসভাৰ সদস্যৰূপে পদত্যাগ কৰে SPনেতাগৰাকীয়ে। শেহতীয়া বিধানসভা নিৰ্বাচনত বিধায়কৰূপে নিৰ্বাচিত হৈছিল অখিলেশ যাদৱ। কাৰ্হাল আসনৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈছিল অখিলেশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...