আঞ্চলিক

তপন গগৈ, দীপ গগৈৰ ফটোক লৈ উত্তাল যোৰহাটৰ ৰাজনীতি

দীপ গগৈক লৈ সঁচাকৈ ৰাজনীতি কৰাৰ চেষ্টা কৰিলে নেকি ভাৰতীয় জনতা পাৰ্টীয়ে। পুনৰ সৰৱ হ'ল সাংসদ গৌৰৱ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ মতে দীপ গগৈক...

গুৱাহাটী মহানগৰীত যমদূতৰ ৰূপত চিটীবাছ

গুৱাহাটী মহানগৰীত যমদূতৰ ৰূপত চিটীবাছচিটীবাছৰ দৌৰাত্ম্যৰ বাবেই প্ৰাণ হেৰুৱালে বহুজনেদুৰ্ঘটনাৰ পিছতে নাটক কৰে আৰক্ষী-প্ৰশাসনেবাস্তৱত সকলো হয়গৈ ফুটুকাৰ ফেন... তাৰ পৰিণতিতে মঙলবাৰে পুৱাই গুৱাহাটীত প্ৰাণ হেৰুৱালে...

হাইলাকান্দিত এখন পাৰ্লাৰত চাঞ্চল্যকৰ ঘটনা

হাইলাকান্দিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হাইলাকান্দি নগৰৰ সূৰ্য মাৰ্কেটত থকা এখন বন্ধ পাৰ্লাৰৰ ভিতৰত এটা বাকচৰ পৰা উদ্ধাৰ হয় পাৰ্লাৰৰ স্বত্বাধিকাৰ উত্তম শীলৰ...

ৰাজ্যৰ অতিৰিক্ত ২৯ খন চহৰক সামৰি মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে জনতা ভৱনৰ নিজ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ ২৯ খন অতিৰিক্ত চহৰৰ বাবে...

নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পিছত এইকেইটা কাম কৰিব নোৱাৰিব

ভাৰতীয় নিৰ্বাচন আয়োগ ১) নিৰ্বাচন দিন ঘোষণা হোৱাৰ পিছত প্ৰাৰ্থীয়ে আৰ্থিক অনুদান ঘোষণা কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।২) চৰকাৰে নতুন প্ৰকল্প আৰম্ভ কৰিব নোৱাৰে বা...

Popular