আঞ্চলিক

ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা

২০২৩ বৰ্ষত পথ দুৰ্ঘটনাত মৃত্যু হৈছে ৩,২৯৮ গৰাকী ৭,৪৩২টা পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে ৫৯১০ এটা বছৰত জৰিমনা সংগ্ৰহ কৰিছে নগদ ১০৬কোটি ৮৫লাখ ৭৫হাজাৰ ৫০২টকা ই-চালানৰ জৰিয়তে এটা...

অসমৰ শিলাবৃষ্টি-ধুমুহাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় গৃহমন্ত্ৰী

অসমৰ শিলাবৃষ্টি-ধুমুহাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় গৃহমন্ত্ৰীমুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে ক্ষয়-ক্ষতিৰ বুজ ল'লে অমিত শ্বাহেক্ষতিগ্ৰস্তক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাসপশ্চিমবংগ আৰু মণিপুৰৰ প্ৰাকৃতিক বিপৰ্যয়ক লৈও উদ্বিগ্নতা...

নিৰ্বাচনৰ প্ৰচাৰ তুংগত থকাৰ অৱস্থাতে মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ এই মন্তব্য

ৰণলৈ ওলাল মুখ্যমন্ত্ৰীহেদায়েৎপুৰৰ কংগ্ৰেছ ভৱন হ’ব গোপীনাথ বৰদলৈ যাদুঘৰ২০৩২ত সম্পূৰ্ণ উছন হ’ব কংগ্ৰেছ নিৰ্বাচনৰ প্ৰচাৰ তুংগত থকাৰ অৱস্থাতে মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ এই মন্তব্য। মৰিগাঁও তিৱা সাংস্কৃতিক...

নৱ শৰণীয়াৰ দাবী – ‘ডেৰলাখ ভোটৰ ব্যৱধানত জয়ী হ’ব’

হেট্ৰিক কৰিবলৈহে আহিছে নৱ শৰণীয়াদ্বিতীয় স্থানৰ বাবেহে যুঁজিব UPPL, BPF-এ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আদালতৰ পৰা সকাহ পাই নিৰ্বাচনী যীঁজৰ বাবে সাজু হৈছে কোকৰাঝাৰ সমষ্টিৰ দুবাৰৰ...

দুৰ্ধৰ্ষ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছ শিপাইছে অসমত

দুৰ্ধৰ্ষ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছে শিপাইছে অসমত। গুৱাহাটী IITৰ ছাত্ৰ তৌছিফ আলী ফাৰুকী আৰক্ষীৰ জালত পৰাৰ পাছতেই পোহৰলৈ আহিছে এটাৰ পাছত আনটো ভয়ানক তথ্য।...

Popular