আঞ্চলিক

মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমি বঁটা

মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমি বঁটাজনপ্ৰিয় গল্পকাৰ, সাংবাদিকজনলৈ ২০২২ বৰ্ষৰ বাবে এই সন্মান‘ভুলসত্য’ গ্ৰন্থখনৰ বাবে গোস্বামীলৈ সাহিত্য অকাডেমি২০১৭ চনত প্ৰকাশ হৈছিল ‘ভুলসত্য’বুকবেল প্ৰকাশনে প্ৰকাশ...

অসমীয়া চিনেমা চাবলৈ দৰ্শকক অনুৰোধ জুবিনৰ

মঙলবাৰে এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি জুবিন গাৰ্গে অসমীয়া চিনেমাক লৈ বহু কেইটা মন্তব্য কৰে। লগতে আহিবলগীয়া কেইবাখনো অসমীয়া চিনেমা চাবলৈ দৰ্শকক অনুৰোধ জুবিনৰ। https://www.youtube.com/watch?v=8pqrOakUmO0

অনাহাৰে-অনিদ্ৰাৰে পাৰ কৰিছে বটদ্ৰৱাৰ উচ্ছেদিত পৰিয়ালে

উচ্ছেদিত পৰিয়ালক চৰকাৰে প্ৰদান নকৰে কোনো সাহায্য। বুধবাৰে বিধানসভাত এই কথা স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বটদ্ৰৱাত উচ্ছেদিত পৰিয়ালসমূহৰ দুখ-দুৰ্দশাক লৈ বিধানসভাত...

পুত্ৰৰ মৃত্যু সংবাদৰ শোক সহিব নোৱাৰি মৃত্যু মাতৃৰো

মাতৃ আৰু সন্তানৰ সম্পৰ্ক আমৃত্যু একেই থাকে। সময় সলনি হয়, বাহ্যিক কিছু পাৰিপাৰ্শ্বিকতাত সম্পকৰ্ৰ উত্তাপৰো হীন-দেঢ়ি ঘটে। কিন্তু সন্তানৰ প্ৰতি মাতৃৰ যি টান, সেয়া...

বনভোজথলীত চলিব আবকাৰী বিভাগৰ অভিযান: মুখ্যমন্ত্ৰী

বনভোজথলীত চলিব আবকাৰী বিভাগৰ অভিযান। খোদ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ এয়া। মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছতেই DGP ভাস্কৰজ্যোতি মহন্তৰ স্পষ্ট কথা– মদ খাই বাহন চলোৱাৰ সাহস নকৰিব।...

Popular