অনাহাৰে-অনিদ্ৰাৰে পাৰ কৰিছে বটদ্ৰৱাৰ উচ্ছেদিত পৰিয়ালে

উচ্ছেদিত পৰিয়ালক চৰকাৰে প্ৰদান নকৰে কোনো সাহায্য। বুধবাৰে বিধানসভাত এই কথা স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বটদ্ৰৱাত উচ্ছেদিত পৰিয়ালসমূহৰ দুখ-দুৰ্দশাক লৈ বিধানসভাত সৰব হৈ পৰিছিল বিৰোধী। বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীৰ ঘোষণা– ৰাজ্যত অব্যাহত থাকিব উচ্ছেদ অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...