মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমি বঁটা

মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমি বঁটা
জনপ্ৰিয় গল্পকাৰ, সাংবাদিকজনলৈ ২০২২ বৰ্ষৰ বাবে এই সন্মান
‘ভুলসত্য’ গ্ৰন্থখনৰ বাবে গোস্বামীলৈ সাহিত্য অকাডেমি
২০১৭ চনত প্ৰকাশ হৈছিল ‘ভুলসত্য’
বুকবেল প্ৰকাশনে প্ৰকাশ কৰিছিল গ্ৰন্থখন
পূৰ্বে মনোজ কুমাৰ গোস্বামীয়ে লাভ কৰিছিল ‘কথা ‍বঁটা’
গোস্বামীৰ জনপ্ৰিয় গ্ৰন্থ– ‘সমীৰণ বৰুৱা আহি আছে’
‘ভাইৰাছ আৰু অন্যান্য’, ‘পাঁচজন বন্ধু’, ‘এলুমিনিয়ামৰ আঙুলি’
অতি শেহতীয়াকৈ প্ৰকাশ পাইছে ‘ৰাজনীতিৰ অলিয়ে-গলিয়ে’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

লণ্ডনৰ শিল্পীৰ হাতত মাজুলীৰ মুখাশিল্প, নতুন ৰূপত বিশ্বমুখী মাজুলীৰ পৰম্পৰা

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পই পুনৰ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰিচয়। গুৰুজনাৰ...

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...