আঞ্চলিক

তীৰ্থযাত্ৰীৰ বাবে মুকলি হ’ল বদ্ৰীনাথ মন্দিৰ

প্ৰচণ্ড শীতৰ বাবে যোৱা প্ৰায় ৬ মাহ ধৰি বন্ধ আছিল চাৰ ধাম বুলি প্ৰখ্যাত গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ মন্দিৰ। এতিয়া গ্ৰীষ্মৰ আগমনৰ লগে...

সীমা চুক্তি হ’লেও সীমান্তত কমা নাই উত্তেজনা

সীমা চুক্তি হ’লেও সীমান্তত কমা নাই উত্তেজনাপুনৰ উত্তপ্ত অসম-অৰুণাচল সীমান্তলখিমপুৰ সীমান্তৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে...

লোকসভা নিৰ্বাচনক লৈ আৰম্ভ কংগ্ৰেছৰ কুচকাৱাজ

বৃহস্পতিবাৰৰ পৰা লোকসভা নিৰ্বাচনক লৈ দলীয় কাম-কাজ আৰম্ভ কৰিলে বিৰোধী দল কংগ্ৰেছে। AICCৰ নেতা জীতেন্দ্ৰ সিঙৰ উপস্থিতিত ৰাজীৱ ভৱনত চলিল দিনযোৰা বৈঠক। আনহাতে AIUDFৰে...

ডিফু আকাশবাণীয়ে লাভ কৰিলে FM

২৮ এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ১০.৩০ বজাত তেওঁৰ বাসগৃহৰ পৰা সমগ্ৰ দেশত ৯১ টা ১০০ ৱাট এফএম ট্ৰেঞ্চমিটাৰ উদ্বোধন কৰিব আৰু ইয়াৰ...

অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ ১০ লাখ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ

দুখীয়া ৰাইজৰ এটি পকীঘৰ নিৰ্মাণ সপোনক সাকাৰ ৰূপ দিবৰ হেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা পদক্ষেপৰ ফলশ্ৰুতিত "প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)"ৰ অধীনত অসমত ২০১৬...

Popular