আঞ্চলিক

দেশে আজি উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস

স্বাধীনতাৰ ৰঙেৰে…যেতিয়া মাজৰাতি সমগ্ৰ পৃথিৱী শুই আছিল,তেতিয়া ভাৰতে জীৱন আৰু স্বাধীনতাৰ বাবে সাৰ পালে... ভাৰতৰ নৱ প্ৰতিষ্ঠিত সংসদত নেহৰুৰ এই ভাষণ আছিল প্ৰথমজন স্বাধীন ভাৰতীয়...

অথলে গ’ল জাতীয় সংগঠনৰ নেতাৰ হুংকাৰ, প্ৰতিবাদ

৩৯ বছৰ অতিক্ৰম কৰি ৪০ বছৰত সোমাল অসম চুক্তি। সেই দিনটোতেই যেন অপমৃত্যু ঘটিল অসম চুক্তিৰ। ‘কা’ৰ জৰিয়তে অসমত প্ৰথমজন বাংলাদেশী ভাৰতীয় হ’ল। মুখ...

বিদ্যালয় চৌহদতে মদৰ আড্ডা, বটলে ভৰি কাটিছে শিক্ষাৰ্থীৰ

বেদখলকাৰীৰ চকু বিদ্যালয়ৰ ভূমিতঅন্ধকাৰ ভৱিষ্যত, বিদ্যালয় চৌহদত বহিছে দোকানবিদ্যালয় চৌহদতে মদৰ আড্ডা, বটলে ভৰি কাটিছে শিক্ষাৰ্থীৰ লখিমপুৰৰ চিলনিবাৰী বনুৱা হাইস্কুল খেলপথাৰ বেদখল কৰি এচাম লোকে...

ধৰ্মৰ নামত অসভ্যালি কৰা উন্মাদৰ বাবে গ’ল গৰ্ভস্থ সন্তানৰ প্ৰাণ

এতিয়া পৱিত্ৰ শাওণ মাহ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিৱ ভক্তৰ উছাহ-উদ্দীপনা। ভিন্ন ঠাইত বাহিৰ হৈছে বলবমৰ শোভাযাত্ৰা। পৱিত্ৰ এই কাৰ্যসূচীৰ গইনা লৈ একাংশই দুষ্কৃতিকাৰীয়ে সৃষ্টি...

বাল্য বিবাহৰ বিৰোধিতা কৰি বঙাইগাঁৱত বিপদত পৰিছে এটা পৰিয়াল

চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাইছে। বাল্য বিবাহ ৰোধ কৰিবৰ বাবে ৰাইজকো সচেতন হৈ থাকিবলৈ অনুৰোধ কৰিছে। সেই সময়তে বাল্য বিবাহৰ বিৰোধিতা কৰি...

Popular