আঞ্চলিক

গুৱাহাটী : পথৰ শোচনীয় অৱস্থা, উন্মুক্ত গাঁতৰ বিষয়ে দিব পাৰিব অভিযোগ

গুৱাহাটীৰ বাট-পথৰ দুৰৱস্থাক লৈ তৎপৰ প্ৰশাসনপথৰ শোচনীয় অৱস্থা, উন্মুক্ত গাঁতৰ বিষয়ে দিব পাৰিব অভিযোগগুৱাহাটীৰ নাগৰিকে অভিযোগ দিবৰ বাবে মুকলি হেল্পলাইন নম্বৰনিয়ন্ত্ৰণ কক্ষৰ হেল্পলাইন নম্বৰ...

ছবিগৃহত ধুমুহাৰ সৃষ্টি কৰা ‘শ্ৰীৰঘুপতি’ক লৈ পুনৰ গোচৰ

ছবিগৃহত ধুমুহাৰ সৃষ্টি কৰা ‘শ্ৰীৰঘুপতি’ক লৈ পুনৰ গোচৰ এইবাৰ আৰক্ষীৰ কাষ চাপিল ছবিৰ প্ৰযোজক শৈলেন শৰ্মা ছবিৰ দৃশ্যৰ বেআইনী ভিডিঅ’গ্ৰাফীৰ বাবে আৰক্ষীক গোচৰ একাংশই চিনেমা হলত ছবিৰ...

ধৰ্ষণ হোৱা নাছিল জোনালী নাথৰ : আৰক্ষী অধীক্ষক

সাধাৰণ নাগৰিকৰ নিৰাপত্তাৰ কথা পাহৰি যাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত সুৰক্ষিত নহয় খোদ বিজেপিৰ মহিলা নেত্ৰী। দেওবাৰে নিশা গোৱালপাৰাৰ কৃষ্ণাইৰ ১৭ নং ৰাষ্ট্ৰীয়...

বৰাক নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি আৰু শ্লুইছ গেট পৰিদৰ্শন পীযুষ হাজৰীকাৰ

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি কাছাৰ জিলাৰ বেঠুকান্দিত উপস্থিত হৈ বৰাক নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি আৰু এখন শ্লুইছ গেট পৰিদৰ্শন কৰে। শেহতীয়াকৈ...

এদিনত ৬৫+ লাখ টকা সংগ্ৰহ ‘শ্ৰীৰঘুপতি’ৰ

অসমীয়া চিনেমাৰ ইতিহাসত অভিলেখ'শ্ৰীৰঘুপতি'য়ে গঢ়িলে অভিলেখএদিনত ৬৫+ লাখ টকা সংগ্ৰহ 'শ্ৰীৰঘুপতি'ৰছবিখনৰ শনিবাৰৰ সংগ্ৰহ ৬৫+ লাখ টকা

Popular