আঞ্চলিক

এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ বিৰুদ্ধে এজাহাৰ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ

মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বিগ্ন এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াই ৰাজ্যখনৰ প্ৰকৃত পৰিস্থিতি জানিবলৈ পঠিয়াইছিল এটা প্ৰতিনিধি দল। ৩জনীয়া এই দলটোৱে ৰাজ্যখন ভ্ৰমণ কৰি দাখিল কৰা...

তুংগত বিধায়ক–প্ৰাক্তন অধ্যক্ষৰ সংঘাত

তুংগত বিধায়ক–প্ৰাক্তন অধ্যক্ষৰ সংঘাতৰাইজমেলৰ পৰা খেদাখোৱা বিধায়ক অতুল বৰাৰ সংবাদমেলৰামচৰণ ভড়ালীৰ ‘অতীত’ খুচৰি চৰিত্ৰহননৰ চেষ্টা বিধায়কৰ শনিবাৰে ডিমৰীয়া কলেজৰ চৌহদত অনুষ্ঠিত ৰাইজমেলত দিছপুৰৰ বিধায়ক অতুল...

গুৱাহাটীত যুৱতীৰ মৃত্যুক লৈ উত্তাল বিশ্বনাথ

শুকুৰবাৰে গুৱাহাটীৰ নৱগ্ৰহৰ সমীপৰ প্ৰাকৃতিক নিৱাসত সংঘটিত হৈছিল এটা শোকাৱহ ঘটনা। এটা অট্টালিকাৰ ষষ্ঠ মহলাৰ পৰা পৰি মৃত্যু হৈছিল মীনা মুণ্ডা নামৰ এগৰাকী যুৱতীৰ।...

নলবাৰীত সংঘটিত হ’ল এটা জঘন্য ঘটনা

নলবাৰীত সংঘটিত হ'ল এটা জঘন্য ঘটনা। সুৰামত্ত পুত্ৰই ঘূচিয়াই ঘূচিয়াই হত্যা কৰিলে মাতৃক। কেমেৰাৰ সন্মুখত হত্যাকাৰীয়ে স্বীকাৰ কৰিলে নৃশংস ঘটনাৰ কথা। জামগুৰিহাটতো ভয়ানক কাণ্ড।...

ব’লবমৰ নামত একাংশই কি কৰিলে?

শাওন মাহত মহাদেৱক আৰাধনাৰ নামত চূড়ান্ত উদ্ভণ্ডালি কৰিলে একাংশই। ব'লবমৰ নামত একাংশই চলালে ড্ৰাগ্ছ, গাঞ্জাৰ ৰমৰমীয়া বেহা। মহানগৰীৰ বশিষ্ঠ মন্দিৰত ব'লবমৰ সময়ত জব্দ হৈছিল...

Popular