আঞ্চলিক

গুৱাহাটীত প্রাণঘাতী জলব’ৰ্ড

ৰাজপথত মৃত্যুদূতৰূপী মেনহ’ল গাঁতত পৰি পুনৰ এজনৰ মৃত্যু এক শিহৰণকাৰী পথ দুৰ্ঘটনা। এ চি গাড়ীত বহি অহা কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ চকুত নপৰে গণেশগুৰি-হেঙেৰাবাৰী পথৰ দুৰৱস্থা।...

অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া)ৰ আশাপ্ৰদ প্ৰদৰ্শন

এইপৰ্যন্ত ২০৭২.৬৭ কোটি টকা ব্যয়, নিৰ্ধাৰিত লক্ষ্যৰ ৮৫.০৪ শতাংশ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী...

শুভ সংবাদ : বিশ্বনাথত বিজয়োল্লাস

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এটা বিশেষ টুইট। লগে লগে আনন্দৰ জোৱাৰ বিশ্বনাথত। বাণৰজাৰ স্মৃতিবিজড়িত এই ঘাটৰ আছে অলেখ কাহিনী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা খবৰে...

দুই বছৰীয়া শিশুৰ জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিলে হাম হস্পিটেলৰ চিকিৎসকসকলে

দুই বছৰীয়া শিশুৰ জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিলে হাম হস্পিটেলৰ চিকিৎসকসকলে। মাত্ৰ দুই বছৰীয়া শিশুৰ এনে জটিল অস্ত্ৰোপচাৰ ৰাজ্যত প্ৰথম বুলি ব্যক্ত কৰিলে চিকিৎসক...

পানীৰ বটলৰ তলত চোৰাং চন্দন

আৰক্ষীলৈ গোপন সূত্ৰৰ পৰা এটা খবৰ আহিল। এখন ট্ৰাকত ২০ লাখ টকাৰ চোৰাং সামগ্ৰী গৈ আছে। অভিযান চলাই আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিলে। প্ৰথমে তালাচীত...

Popular