৯ মে’ত পুটিনৰ অস্ত্ৰোপচাৰ, ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বিকল্প কোন হ’ব?

কৰ্কট ৰোগত আক্ৰান্ত হৈছে ৰুছ ৰাষ্ট্ৰপতি পুটিন। ইউক্ৰেইন যুদ্ধৰ চৰম অৱস্থাৰ মাজতে পোহৰলৈ অহা এই সংবাদে বিশ্বজুৰি সৃষ্টি কৰিছে তীব্ৰ আলোড়নৰ। এতিয়ালৈকে প্ৰাপ্ত খবৰ অনুসৰি অহা ৯ মে’ত সম্পন্ন হ’ব পুটিনৰ এটা গুৰুতৰ অস্ত্ৰপ্ৰচাৰ। এনে এক পৰিস্থিতিত এতিয়া দেশ শাসনৰ অস্থায়ী দায়িত্ব দিয়া হৈছে ৰাছিয়ান ফেডাৰেল ছিকিউৰিটি চাৰ্ভিছৰ প্ৰাক্তন মুৰব্বী নিকোলাই পাত্ৰুছেভক। অৱশ্যে দীৰ্ঘকালৰ বাবে যদি পুটিন চৰকাৰী কাম–কাজৰ পৰা আঁতৰি থাকিব লগা হয় তেনেহ’লে তেওঁৰ বিকল্প কোন হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এনে অৱস্থাত বিষয়টোক লৈ সৃষ্টি হৈছে বিভিন্ন ধাৰণা আৰু সন্দেহৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...