ৰামলীলাক বিকৃত কৰি আটক অধ্যাপকসহ, ৫শিক্ষাৰ্থী

এইবাৰ ৰামলীলাক বিকৃত কৰি আৰক্ষীৰ জালত পৰিল এজন অধ্যাপকসহ ৫জনকৈ শিক্ষাৰ্থী। ঘটনা পুনেৰ। ৰামলীলাক বিকৃত কৰাৰ অভিযোগত আটক হৈছে পুনে বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকসহ, ৫শিক্ষাৰ্থী। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিকৃত ৰামলীলাৰ দৃশ্য। য’ত সীতাৰ মুখত শুনা পোৱা গৈছে অশ্ৰাৱ্য গালি-গালাজ। কেৱল সেয়াই নহয় ভাইৰেল ভিডিঅ’টোত সীতাৰ মুখত চিগাৰেটো দেখিবলৈ পোৱা গৈছে। এই ঘটনাক এতিয়গৰিহণা দিছে বহুজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...