ইন্ধন, খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ, আৰক্ষীৰ বাধা

মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷ আৰক্ষীৰ বাধা৷ প্ৰতিমূৰ্তি লৈ ৰাজপথত টনা-আঁজোৰা৷ পেট্ৰ’ল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি প্ৰতিবাদত আজি মৰিগাঁও সদৰত যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ আছুৰ নেতৃত্ব আৰু কৰ্মী সদৰ আৰক্ষীয়ে আৰক্ষী থানালৈ নিয়ে। আছুৰ জিলা সভাপতি, সাধাৰণ সম্পাদক আৰু সদৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলক সদৰ থানাত আবদ্ধ কৰি ৰাখে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...