পি কে দত্তৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী, ২৪ জুন, NKTV: অসম আৰক্ষীৰ SI কেলেংকাৰীত জড়িত মুখ্য অভিযুক্ত পি কে দত্তৰ জামিন নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

মুখ্য অভিযুক্ত তথা প্ৰাক্তন আৰক্ষী উপ-মহা পৰিদৰ্শক পি কে দত্তক SI কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত ২০২০ চনতে আৰক্ষীয়ে আটক কৰিছিল। অসম এৰি বহিঃ ৰাজ্যত বাহৰ পাতিছিল পি কে দত্তই। গোপন সুত্ৰৰ পম খেদি ভাৰত-নেপাল সীমান্তৰ পৰা অসম আৰক্ষী বিশেষ শাখাই পি কে দত্তক আটক কৰিছিল। সেই সময়ৰেই পৰা বৰ্তমানলৈ ন্যায়িক জিম্মাতেই আছে SI কেলেংকাৰীৰ মুখ্য অভিযুক্তজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এই স্বৰ্ণ ৰাইজৰ আশীৰ্বাদৰ ফল…’ স্বগৃহলৈ উভতি আবেগিক লাভলীনা

এছিয়ান গেমছত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা...

চকুৰে নেদেখিলেও হাতৰ পৰশত প্ৰাণ পায় বাঁহ-বেতে; ৫১ বছৰ ধৰি বাঁহ-বেতৰ শিল্পৰ মাজেৰে জীৱন যুঁজ ৬৭ বছৰীয়া কুশল ফুকনৰ

দুয়োটা চকুৰে নেদেখে তেওঁ। স্কুলীৰ দিনতে দুৰ্ভাগ্যজনকভাৱে হেৰুৱাইছিল দৃষ্টিশক্তি।...

পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় নানা পাটেকৰক; পুনেত বিয়লি ৪ বজাত সম্পন্ন হ’ব শেষকৃত্য

প্ৰবীণ অভিনেতা নানা পাটেকৰৰ শেষকৃত্য আজি পুনেৰ ডোঞ্জে অঞ্চলত...