বাৰাণসী চহৰত কি কৰিছে ছ’হাম শ্ব’পীৰ স্বত্বাধিকাৰী সন্দীপ জালানে

গুৱাহাটী, ২৪ জুন, NKTV:সন্ধান ওলাল শোহম শ্ব’পিৰ স্বাত্বাধিকাৰীৰ। মঙলবাৰৰ সন্ধিয়াৰ পৰাই সন্ধানহীন হৈ আছিল সন্দীপ জালান।
মঙলবাৰে সন্ধিয়া ঘৰৰ পৰা সান্ধ্য ভ্ৰমণলৈ বুলি ওলাই যোৱাৰ পিছতেই সন্ধানহীন হৈ পৰিছিল স্বাত্বাধিকাৰীজন। সন্ধানহীন হোৱাৰ পূৰ্বে শেষবাৰৰ বাবে তেওঁক গুৱাহাটীৰ পল্টন বজাৰত দেখা গৈছিল। পল্টন বজাৰস্থিত গল্ড চিনেমাৰ সমীপত এখন বাহনে তেওঁক নমাই দিয়া প্ৰত্যক্ষ কৰিছিল একাধিক ব্যক্তিয়ে।
জানিব পৰা মতে,বাৰাণসী চহৰৰ এটা মন্দিৰত তেওঁৰ সন্ধান পোৱা গৈছে।


অধিক তথ্যৰ পিছত সম্পূৰ্ণ ঘটনা পোহৰলৈ আহিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এই স্বৰ্ণ ৰাইজৰ আশীৰ্বাদৰ ফল…’ স্বগৃহলৈ উভতি আবেগিক লাভলীনা

এছিয়ান গেমছত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা...

চকুৰে নেদেখিলেও হাতৰ পৰশত প্ৰাণ পায় বাঁহ-বেতে; ৫১ বছৰ ধৰি বাঁহ-বেতৰ শিল্পৰ মাজেৰে জীৱন যুঁজ ৬৭ বছৰীয়া কুশল ফুকনৰ

দুয়োটা চকুৰে নেদেখে তেওঁ। স্কুলীৰ দিনতে দুৰ্ভাগ্যজনকভাৱে হেৰুৱাইছিল দৃষ্টিশক্তি।...

পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় নানা পাটেকৰক; পুনেত বিয়লি ৪ বজাত সম্পন্ন হ’ব শেষকৃত্য

প্ৰবীণ অভিনেতা নানা পাটেকৰৰ শেষকৃত্য আজি পুনেৰ ডোঞ্জে অঞ্চলত...