পি কে দত্তৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী, ২৪ জুন, NKTV: অসম আৰক্ষীৰ SI কেলেংকাৰীত জড়িত মুখ্য অভিযুক্ত পি কে দত্তৰ জামিন নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

মুখ্য অভিযুক্ত তথা প্ৰাক্তন আৰক্ষী উপ-মহা পৰিদৰ্শক পি কে দত্তক SI কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত ২০২০ চনতে আৰক্ষীয়ে আটক কৰিছিল। অসম এৰি বহিঃ ৰাজ্যত বাহৰ পাতিছিল পি কে দত্তই। গোপন সুত্ৰৰ পম খেদি ভাৰত-নেপাল সীমান্তৰ পৰা অসম আৰক্ষী বিশেষ শাখাই পি কে দত্তক আটক কৰিছিল। সেই সময়ৰেই পৰা বৰ্তমানলৈ ন্যায়িক জিম্মাতেই আছে SI কেলেংকাৰীৰ মুখ্য অভিযুক্তজন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

সফলতাই হ’ল শ্ৰেষ্ঠ প্ৰতিশোধ: ৰতন টাটাই কিদৰে গঢ়ি তুলিলে টাটা মটৰ্ছক?

সফলতাই হ’ল শ্ৰেষ্ঠ প্ৰতিশোধ, আৰু ৰতন টাটাই টাটা মটৰ্ছক...

টাটা গ্ৰুপৰ লোৰ ব্যৱসায়: এখন চিঠিয়ে সৃষ্টি কৰিলে ইতিহাস…জানক টাটা ষ্টীলৰ অকথিত কাহিনী

ভূ-বিজ্ঞানী পি.এন. বসুৱে উদ্যোগপতি জে.এন. টাটালৈ লিখা এখন চিঠিয়ে...

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ কমাণ্ড ৰাছিয়ান মহাকাশচাৰীক হস্তান্তৰ কৰিলে সুনীতা উইলিয়ামছে

নাছাৰ ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ (ISS)...

Crew-10 অভিযানৰ জৰিয়তে সুনীতা উইলিয়ামছক ঘূৰাই আনিব ইলন মাস্কে

ইলন মাস্কৰ স্পেচএক্সে Crew-10 অভিযানৰ আৰম্ভণি কৰাৰ কথা ঘোষণা...