ৰাজনীতি

হিমন্ত বিশ্ব শৰ্মাৰ ঝাৰখণ্ড ভ্ৰমণৰ খৰচ বহন কৰিব অসম চৰকাৰে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যে এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এজন প্ৰভাৱশালী নেতা তাত কোনো সন্দেহ নাই। সেয়েহে বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ...

চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতাৰে ৰাজপথত নামিল ছাত্ৰ সমাজ

ছাত্ৰ বিক্ষোভত উত্তাল বাংলাদেশ। চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰোধিতাৰে ৰাজপথত নামিল ছাত্ৰ সমাজ। বিক্ষোভ দমনৰ বাবে প্ৰতিবাদকাৰীৰ ওপৰত গুলীবৰ্ষণ, লাঠীচালনা। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত কমেও ৬জন,...

লোকসভা নিৰ্বাচনৰ ফলাফলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ বিপদ কঢ়িয়াব নেকি?

সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপিৰ শোচনীয় ফলাফলক লৈ শেহতীয়াকৈ দল আৰু চৰকাৰৰ মাজত সংঘাত আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দক্ষতাকলৈও প্ৰশ্ন উত্থাপিত...

বাজেট দাখিলৰ পূৰ্বে বিমোৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

অহা মঙলবাৰে ২০২৪–২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। কিন্তু বাজেট দাখিলৰ পূৰ্বে NDAৰ সহযোগী দলৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে...

মহাৰাষ্ট্ৰত ‘ইণ্ডিয়া’ৰ শক্তি বৃদ্ধি!

লোকসভা নিৰ্বাচনৰ পিছতে NCPৰ অজিত গোটত ভাঙোন। অজিতক এৰি ৪ শীৰ্ষ নেতাই আশীৰ্বাদ ল’লেগৈ শাৰদ পাৱাৰৰ। লোকসভা নিৰ্বাচনৰ পিছত মহাৰাষ্ট্ৰৰ ৰাজনীতিত সৃষ্টি হৈছে জোকাৰণিৰ।...

Popular