হোজাইৰ ডবকাৰ মোবাৰক বস্তিত নিশা আৰক্ষীৰ গুলীচালনা

হোজাইৰ ডবকাৰ মোবাৰক বস্তিত নিশা আৰক্ষীৰ গুলীচালনা। ২ গৰু চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। এইচ পি তেল ডিপোৰ সন্মুখত ঘটে এই ঘটনা। আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ২ গৰু চোৰে। আন দুটা চোৰক আটক কৰে আৰক্ষীয়ে। ধৃত কাদেৰ আলী আৰু হাৰুন ৰছিদ নামৰ চোৰ দুটা। আৰক্ষীয়ে জব্দ কৰিছে AS 03M 9587 নম্বৰৰ এখন গাড়ী। আৰক্ষীৰ গুলীচালনাত গাড়ীখনৰ ক্ষতি হ’লেও চোৰৰ গাত লগা নাই গুলী। হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈৰ নেতৃত্বত চলিছিল অভিযান। ৪ চোৰে উদালিত গৰু চুৰিৰ উদ্দেশ্যে যোৱা বুলি সন্দেহ।।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...