গণৰাজ্য দিৱসৰ পূৰ্বে তৎপৰ আৰক্ষী, স্নিফাৰ ডগৰ সহায়ত তন্ন-তন্নকৈ পৰীক্ষা

গণৰাজ্য দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’লৱে ষ্টেচনত আৰক্ষীৰ ব্যাপক অভিযান

চৰকাৰী ৰে’ল আৰক্ষী আৰু ৰে’লৱে সীমান্ত শাখাৰ এই যৌথ অভিযান


তন্নতন্নকৈ পৰীক্ষা কৰিছে ৰে’লৱে ষ্টেচনলৈ অহা যাত্ৰী তথা সামগ্ৰী। স্নিফাৰ ডগৰ সহায়ত পৰীক্ষা কৰিছে আৰক্ষীয়ে


উগ্ৰপন্থী সংগঠনৰ ভাবুকি নাই যদিও নিৰাপত্তাৰ ক্ষেত্ৰত কৃপণালী কৰা নাই আৰক্ষীয়ে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...