ড্ৰাগছ সৰবৰাহত নামিছে শিক্ষক, জালত মফিদুল ইছলাম

সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষকক। নগৰবেৰাৰ ভখুৰাদিয়াত নিশা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ মফিদুল ইছলামক। মফিদুল ইছলামৰ ঘৰৰ চৌহদৰ পৰা উদ্ধাৰ ২০ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ। অৱশ্যে মফিদুল ইছলামে এই ঘটনা অস্বীকাৰ কৰিছে।

আৰক্ষীৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ পৰিয়াল তথা স্থানীয় ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...