প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমলৈ ঘূৰি আহিছে শান্তি : অমিত শ্বাহ

আজি মোৰ বাবে এটা আনন্দৰ দিন: অমিত শ্বাহ
‘২০১৪ৰ পিছৰে পৰা অসমত স্থায়ী শান্তিৰ বাবে চেষ্টা চলোৱা হৈছে’
‘প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমলৈ ঘূৰি আহিছে শান্তি’
‘এটা সময়ত হিংসাজৰ্জৰিত পৰিৱেশ আছিল অসমত’
‘এই চুক্তিৰ পিছত আলফাই সম্পূৰ্ণৰূপে অস্ত্ৰ সম্বৰণ কৰিব’
‘আনুষ্ঠানিকভাৱে মূল সুঁতিলৈ উভতি আহিব আলফা’
‘চুক্তিৰ জৰিয়তে ভাৰত চৰকাৰে প্ৰদান কৰিব বৃহৎ পেকেজ’
অসমত বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ কৰিব ভাৰত চৰকাৰে: অমিত শ্বাহ
‘নিৰ্ধাৰিত সময়ৰ ভিতৰত চুক্তি ৰূপায়ণৰ বাবে ল’ব ব্যৱস্থা’
অসমত শেহতীয়াকৈ স্বাক্ষৰিত বিভিন্ন চুক্তিৰ কথা দোহাৰিলে অমিত শ্বাহে
‘ৰাজ্য চৰকাৰৰ সৈতে মিলি শান্তি চুক্তি ৰূপায়ণ কৰিব কেন্দ্ৰই’
শান্তি চুক্তিৰ বাবে পদক্ষেপ লোৱা সকলোকে ধন্যবাদ জ্ঞাপন অমিত শ্বাহৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...