পৰিনীতি আৰু ৰাঘৱৰ বিয়া কেতিয়া ?

বলীউডৰ মোহময়ী অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু ৰাঘৱক এইবাৰ একেলগে দেখা গ’ল মন্দিৰত। শেহতীয়াকৈ সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত অভিনেত্ৰীগৰাকীক তেওঁৰ বয়ফ্ৰেণ্ডৰ সৈতে মন্দিৰত আশীৰ্বাদ লোৱা দেখিবলৈ পোৱা গৈছে। ভিডিঅ’টোত মন্দিৰৰ পুৰোহিতে মন্ত্ৰোচ্ছাৰণ কৰিছে আৰু ৰাঘৱ-পৰিনীতিক আশীৰ্বাদ লোৱা দেখিবলৈ পোৱা গৈছে। এই দৰ্শনকালত ৰাঘৱে ৰঙা কাপোৰ আৰু পৰিনীতিয়ে গোলপীয়া কাপোৰ পিন্ধা দেখা গৈছে। এক খবৰ অনুসৰি দুয়োৰে বিয়া ২০২৩চনৰে চেপ্তেম্বৰ মাহত বুলি জানিব পৰা গৈছে। এই বিয়াখন দুয়োৰে ঘৰৰ উপস্থিতিত ৰাজস্থানত সম্পন্ন হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শিৱসাগৰত ভয়ংকৰ ঘটনা

শিৱসাগৰত ভয়ংকৰ ঘটনা। দুগৰাকী মহিলাক চুৰিৰে আক্ৰমণ কৰিলে এজনে।...

৬৪ বলত অপৰাজিত ১৪৪ ৰান, অনুশীলন মেচত ৰিয়ানৰ বিস্ফোৰক ইনিংছ

আঘাতৰ বাবে দীৰ্ঘ সময় ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা...

২০২৯ৰ পৰা মংগল গ্ৰহলৈ মানৱ অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা ইলন মাস্কৰ

ইলন মাস্কে স্পেচএক্সৰ মংগল অভিযানৰ বাবে এক উচ্চাভিলাষী সময়সূচী...

চিলাপথাৰৰ জ্যোতিনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা

চিলাপথাৰৰ জ্যোতিনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰেক্টৰ খুন্দাত...