মা কামাখ্যাক লৈ চৰম আপত্তিজনক মন্তব্য কৰি জালত যুৱক

শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা কামাখ্যাৰ ওপৰত বিকৃত মন্তব্য কৰি আৰক্ষীৰ জালত যুৱক। গোলাঘাটৰ মেৰাপানীৰ যুৱক বিতোপন গগৈক গ্ৰেপ্তাৰ।

শক্তিপীঠ কামাখ্যা সন্দৰ্ভত চৰম আপত্তিজনক মন্তব্য কৰা যুৱকজনৰ ঘৰ গোলাঘাটৰ মেৰাপানীৰ চাউদাং পথাৰত। নিশা জালুকবাৰী আৰক্ষীৰ এটা দলে মেৰাপানীৰ পৰা আটক কৰে যুৱকজনক।

বৰ্তমান যুৱকজন জালুকবাৰী আৰক্ষীৰ জিম্মাত। উল্লেখ্য যে, বিশ্বজিত বৰা নামৰ অন্য এজনক উদ্দেশ্য কৰি মন্তব্যটো কৰিছিল যুৱকজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...