বাংলাদেশ সীমান্তত BSFৰ গাড়ী দুর্ঘটনাগ্ৰস্ত, নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰিল বিলত

হোলীৰ আনন্দৰ মাজত মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত BSFৰ বাহন দুর্ঘটনাগ্ৰস্ত। ঝাউডাঙ্গা BSF কেম্পৰ ওচৰত থকা এখন বিলত পৰিল বাহনখন। ইমানেই ভয়ংকৰ আছিল যে গাড়ীসহ দুয়োজন জোৱান বিলৰ তল সোমাই পৰে।

দীৰ্ঘসময়ৰ প্ৰচেষ্টাৰ অন্তত গাড়ীখন উদ্ধাৰ হয় যদিও BSF জোৱান দুজনক উদ্ধাৰ অভিযান চলি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতিবাদত অংশ লৈ বিপদত অভিনেতা ইমৰান খান! ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ জাননী মুম্বাই আৰক্ষীৰ

বলিউডৰ অভিনেতা তথা ছুপাৰষ্টাৰ আমিৰ খানৰ ভতিজা ইমৰান খানলৈ...

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...