জুৱাৰ আড্ডাত চলিল আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ ৩জনক

জুৱাৰ আড্ডা। আৰক্ষীৰ অভিযানত জুৱাৰ সামগ্ৰীসহ আটক ৩ জুৱাৰী। জুৰীয়াৰ কাৱৈমাৰিত বহিছিল এই জুৱাৰ আড্ডা। গোপন খবৰৰ ভিত্তিত জুৰীয়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বড়োৰ নেতৃত্বত চলা অভিযানত জুৱাৰ সামগ্ৰী সহ নগদ ৫,৩৭০ টকাৰ লগতে বাহাৰুল ইছলাম, আতাবুৰ ৰহমান আৰু নুৰুল হক নামৰ ৩ জুৱাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। সম্প্ৰতি ৩ জুৱাৰীক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতিবাদত অংশ লৈ বিপদত অভিনেতা ইমৰান খান! ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ জাননী মুম্বাই আৰক্ষীৰ

বলিউডৰ অভিনেতা তথা ছুপাৰষ্টাৰ আমিৰ খানৰ ভতিজা ইমৰান খানলৈ...

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...