এশ গৰু মৰিলে বাঘৰো মৰণ…জালত পৰিল চোৰাংচিকাৰী জেকীবাৰ্থ চাংমা

হস্তনিৰ্মিত বন্দুকসহ চোৰাংচিকাৰী আটক। আমচৈ আৰক্ষীয়ে আটক কৰিছে জেকীবাৰ্থ চাংমা নামৰ চোৰাং চিকাৰীটোক। ৰহাৰ আমচৈ গাৰোগাঁৱত চলিছিল এই অভিযান। ধৃত চাংমাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুটা হস্তনিৰ্মিত পিষ্টল আৰু ৮জাঁই সজীৱ গুলী।

আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুখন খুকুৰি আৰু দুখন তৰোৱাল। দীৰ্ঘদিন ধৰি পহুকে ধৰি বন্যপ্ৰাণী হত্যাৰ লগত জড়িত আছিল জেকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতিবাদত অংশ লৈ বিপদত অভিনেতা ইমৰান খান! ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ জাননী মুম্বাই আৰক্ষীৰ

বলিউডৰ অভিনেতা তথা ছুপাৰষ্টাৰ আমিৰ খানৰ ভতিজা ইমৰান খানলৈ...

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...