মুখ্যমন্ত্ৰীৰ জাল চহী কৰি বিপদত PWDৰ ঠিকাদাৰ

  • মুখ্যমন্ত্ৰীৰ জাল চহী কৰি বিপদত এজন ঠিকাদাৰ
  • PWDৰ ঠিকাদাৰ ভৱদেৱ মহন্তৰ বিৰুদ্ধে গোচৰ
  • চানমাৰি থানাত গোচৰ তৰিলে লোকনিৰ্মাণ বিভাগে
  • পানেৰীৰ এটা পথ আৰু এখন দলং নিৰ্মাণৰ বাবে যো-জা চলাইছিল মহন্তই
  • মুখ্যমন্ত্ৰীৰ জাল চহী দি PWD বিভাগক দিছিল এখন পত্ৰ
  • মুখ্যমন্ত্ৰীৰ চহী সন্নিৱিষ্ট পত্ৰ পৰীক্ষা কৰাওঁতে ধৰা পৰিল জালিয়াতি
  • চানমাৰি থানাত প্ৰৱঞ্চনাৰ গোচৰ ভৱদেৱ মহন্তৰ বিৰুদ্ধে
  • থানাত হাজিৰ হ’বলৈ দিয়াৰ পিছতো ভৱদেৱ হাজিৰ হোৱা নাই এইপৰ্যন্ত
  • PWDৰ মুখ্য অভিযন্তা সঞ্জীৱ শ্যামে দাখিল কৰে এজাহাৰ
  • ওদালগুৰিৰ ঠিকাদাৰ ভৱদেৱ মহন্তক বিচাৰি আৰক্ষীৰ অভিযান
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...