অমিক্রনৰ দ্রুত সংক্রমণক লৈ দেশত উদ্বিগ্নতা বৃদ্ধি, ৬খনকৈ ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎ

0 85
  • অমিক্রনৰ দ্রুত সংক্রমণক লৈ দেশত উদ্বিগ্নতা বৃদ্ধি
  • সংক্রমণ ৰোধৰ বাবে ৰাজ্যই ৰাজ্যই কঠোৰ ব্যৱস্থা
  • দেশৰ ৬খনকৈ ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎ
  • মহাৰাষ্ট্র, মধ্যপ্রদেশ, গুজৰাটত নৈশ সান্ধ্য আইন
  • নৈশ সান্ধ্য আইন বলৱৎ হাৰিয়ানা, কৰ্ণাটক, উত্তৰ প্রদেশতো
  • নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ থাকিব নৈশ সান্ধ্য আইন
  • ৰাজধানী দিল্লীত সমাৱেশ আয়োজনত নিষেধাজ্ঞা
  • দেশত এতিয়ালৈ অমিক্ৰন আক্রান্তৰ সংখ্যা ৩৫৮জনলৈ বৃদ্ধি
Leave A Reply

Your email address will not be published.