গুৱাহাটীলৈ স্থানান্তৰিত হ’ব OILৰ মুখ্য কাৰ্যালয়

উত্তৰ গুৱাহাটীৰ Skill Development Instituteত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী
‘অচিৰেই গুৱাহাটীলৈ স্থানান্তৰিত হ’ব অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়’

উত্তৰ গুৱাহাটীত গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ
পেট্ৰ’লিয়ামৰ দায়িত্ব লাভ কৰি এজন অসমীয়া হিচাপে গৌৰৱবোধ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ

অইল ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠানটো আজি পৰিদৰ্শন কৰি প্ৰতিষ্ঠানটোৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে। প্ৰতিষ্ঠানটোত বৰ্তমান ১৬টা পাঠ্যক্ৰম আছে যদিও অনাগত দুবছৰত আৰু ৪টা নতুন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ পোষকতা। নতুন পাঠ্যক্ৰমে যুৱক যুৱতীক আত্মসংস্থাপনৰ পথ মুকলি কৰিব বুলি মতপোষণ তেলীৰ। ৰাজ্যৰ উপ-নিৰ্বাচন সম্পৰ্কতো তেলীৰ মন্তব্য আটাইকেইখন আসনতে জয়ী হ’ব বিজেপি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...