১২ মে’ত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান

খানাপাৰাত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব শপতগ্ৰহণ অনুষ্ঠানত।
শপতগ্ৰহণ অনুষ্ঠানৰ সবিশেষ জনালে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।
১০.১৫ বজাত বিমান বন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী।
বিমান বন্দৰৰ পৰা ৰাওনা হ’ব নাৰেংগী হেলিপেডলৈ।
১১ বজাত শপতগ্ৰহণ অনুষ্ঠানত ভাগ ল’ব মোদীয়ে।
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনো থাকিব উপস্থিত।
NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী উপস্থিত থাকিব অনুষ্ঠানত।
কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকিব শপতগ্ৰহণত।
শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কেইবাজনো লোকক প্ৰদান কৰা হৈছে দায়িত্ব।
অনুষ্ঠানত কেইবা লক্ষাধিক লোকৰ সমাৱেশৰ আশা।
১০ মে’ত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিধায়িনী দলৰ বৈঠক ।
অহা ৫ বছৰত আমি পূৰ্বতকৈ অধিক ৰাইজৰ সেৱা কৰিমঃ দিলীপ শইকীয়া।
শপতগ্ৰহণ অনুষ্ঠান উপলক্ষে খানাপাৰাত ব্যাপক প্ৰস্তুতি।
শপতগ্ৰহণৰ বাবে বিশাল পেণ্ডেল নিৰ্মাণ কৰিছে প্ৰশাসনে।
বৃহস্পতিবাৰে শপতগ্ৰহণ অনুষ্ঠানৰ বুজ লয় হিমন্ত বিশ্ব শৰ্মাই
হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে নৱনিৰ্বাচিত কেইবাগৰাকী বিধায়কে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...