বৰপেটাৰোডত জেহাদীৰ বিৰুদ্ধে NIAৰ তীব্ৰ অভিযান

​ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা ।
পুৱতি নিশা বৰপেটাৰোডৰ কেইবাটাও অঞ্চলত তীব্ৰ অভিযান ।
জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে এক ব্যাপক অভিযান চলায় কেন্দ্ৰীয় সংস্থাটোৱে।
বৰপেটাৰোডৰ মণিপুৰ আৰু নিচুখাকে ধৰি কেইবাটাও স্পৰ্শকাতৰ অঞ্চলত অভিযান।
জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত কেইবাগৰাকীও লোকৰ ঘৰত তালাচী।
পূৰ্বৰে পৰা লক্ষ্যত থকা ব্যক্তিৰ ঘৰত পুৱাৰে পৰা তালাচী চলাইছে তদন্তকাৰী দলটোৱে।
ইয়াৰ পূৰ্বেও জেহাদী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত কেইবাগৰাকীও যুৱক হৈছিল গ্ৰেপ্তাৰ ।
পুৰণি গোচৰসমূহৰ অধিক তথ্য আৰু প্ৰমাণ বিচাৰিয়েই আজি এই অভিযান।
মণিপুৰ আৰু নিচুখা অঞ্চলত NIA-ৰ কেইবাটাও দল মোতায়েন।
​জেহাদী গোচৰত অভিযুক্ত ব্যক্তিসকলৰ নথি-পত্ৰ আৰু বৈদ্যুতিন সঁজুলি পৰীক্ষা।
​বৰ্তমানো উক্ত অঞ্চলসমূহত NIA-ৰ তালাচী অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...