গুৱাহাটীৰ উজানবজাৰত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

কাৰ্যনিৰ্বাহকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ
১৮ মে’ত HSLC, HS উত্তীৰ্ণ শিক্ষাৰ্থীক আছুৰ অভিনন্দন অনুষ্ঠান
অনুষ্ঠানত ৰাজ্যৰ কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাব ছাত্ৰ সন্থাই
৩১ মে’ত গুৱাহাটী, শিৱসাগৰ, তেজপুৰ আৰু শিলচৰত প্ৰত্যাশাৰ প্ৰৱেশিকা পৰীক্ষা
এইবাৰ বৰপেটাত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় ৰাভা দিৱস
২৮ মে’ত কলাক্ষেত্ৰত অসম উন্নতি সভাৰ বাৰ্ষিক অধিবেশন
ৰাজ্যত এটা অৰ্থনৈতিক সংগ্ৰামৰ প্ৰয়োজন: ছাত্ৰ সন্থা
ব্যৱহাৰিক পাঠ্যক্ৰমতো চৰকাৰে গুৰুত্ব দিয়াৰ প্ৰয়োজন: আছু
চৰকাৰে অসম চুক্তিৰ ৬নং দফা আখৰে আখৰে ৰূপায়ণৰ ব্যৱস্থা কৰক: আছু
বৈঠকত আছুৰ সৱাপতি–সম্পাদক, মুখ্য উপদেষ্টাৰ লগতে প্ৰায়সকল নেতাৰ অংশগ্ৰহণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...