GMCHৰ NICUত দেৱশিশু মৃত্যুৰ ঘটনা; ঘটনাৰ তদন্ত চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ

প্ৰসংগঃ GMCHৰ NICUত দেৱশিশু মৃত্যুৰ ঘটনা
ৰাজ্য জোকাৰি যোৱা ঘটনাৰ তদন্ত চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ ।
১৭ আগষ্ট, ২০২৫ত সংঘটিত হৈছিল সেই শিহৰণকাৰী ঘটনা।
তদন্ত প্ৰক্ৰিয়াৰ অংশ স্বৰূপে আজি DMEত জবানবন্দী লয় শিশুটিৰ পিতৃ–মাতৃৰ।
পূৰ্বে অতিৰিক্ত মুখ্য সচিবৰ দ্বাৰা গঠন কৰা তিনিজনীয়া কমিটীয়ে কৰিছিল তদন্ত।
তিনিজনীয়া তদন্ত কমিটীয়ে ৰাজ্য চৰকাৰক দাখিল কৰিছিল তদন্তৰ প্ৰতিবেদন ।
৫ চিকিৎসকক নিলম্বন, নাৰ্চ ইনছার্জ ভানু প্ৰিয়া মিচঙক প্ৰেৰণ কৰা হৈছিল জে’ললৈ।
১৭ আগষ্টৰ পুৱতি নিশা GMCHত মৃত্যু হৈছিল কন্যা সন্তানটিৰ।
সেই কৰুণ ঘটনাৰ ন্যায় বিচাৰি আজিও ক্ষোভ প্ৰকাশ দুৰ্ভগীয়া পৰিয়ালটোৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...