উত্তৰ পূৱ

ড° মনােৰমা বৰগােহাঞিৰ বিয়ােগত মুখ্যমন্ত্ৰীৰ শােক প্রকাশ

গুৱাহাটী, ৮ জুন, NKTV: বিশিষ্ট গীতিকাৰ, কবি, শিশু সাহিত্যিক ড° মনােৰমা বৰগােহাঞিৰ বিয়ােগত গভীৰ শােক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি এক শােকবার্তাত...

১ৰ পৰা ১৫ আগষ্টৰ ভিতৰত হ’ব HSLC, HSSLC পৰীক্ষা

গুৱাহাটী, ৮ জুন, NKTV: জনতা ভৱনত শিক্ষামন্ত্ৰী, SEBA, AHSEC, স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰে আলোচনাত মিলিত আছু, নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, অসম সাহিত্য সভা। আগন্তুক...

আজি কেবিনেটত কি কি সিদ্ধান্ত হ’ল?

গুৱাহাটী, ৮ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত আজি অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ মুখপাত্ৰসকলে সংবাদ...

কৃষিখণ্ডৰ সামগ্রিক দৃশ্যপট উজ্জীৱিতকৰণৰ বাবে এক বিশেষ মিছন গঠনৰ ৰূপৰেখা প্রস্তুত কৰিবলৈ মুখ্যমন্ত্ৰীৰ নির্দেশ

গুৱাহাটী, ৭ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কৃষিমন্ত্রী অতুল বৰাৰ উপস্থিতিত জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত আজি কৃষি বিভাগৰ কাম-কাজৰ...

আত্মসমর্পণকাৰী NDFB কেডাৰৰ পুনৰসংস্থাপনৰ বাবে ১৬০ কোটি টকা অনুমােদন

গুৱাহাটী, ৭ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিটিআৰ চুক্তি ৰূপায়ণৰ পর্যালােচনা কৰে। জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত ভৈয়াম জনজাতি কল্যাণ আৰু অন্যান্য পিছপৰা...

Popular