উত্তৰ পূৱ

গুজৰাটৰ শক্তিখণ্ডৰ আৰ্হিত অসমত বিদ্যুৎ যোগান

গুৱাহাটী, ১৫ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ শক্তিখণ্ডৰ অধীনত থকা এপিডিচিএল, এপিজিচিএল আৰু এইজিচিএলৰ ৰাজহ বৃদ্ধি, বৃত্তিগতভাৱে অধিক সক্ষম আৰু কার্যক্ষমতা বৃদ্ধিৰ...

দুগ্ধজাত সামগ্ৰী,পশুধনৰ উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰীৰ

পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাম-কাজৰ পর্যালােচনা কৰিলে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী, ১৫ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন...

‘নিকা’ চৰকাৰত পুনৰ দুৰ্নীতিৰ চেকা! পৰিবহন নিগমত ব্যাপক অনিয়ম

গুৱাহাটী, ১৫ জুন, NKTV: দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দুৰ্নীতিৰ পিছত এইবাৰ পৰিবহন বিভাগত অনিয়ম। অনীতিয়েই যেন এতিয়া নীতি ASTCত। পেট্ৰল পাম্প আৱন্তন আৰু পদোন্নতিৰ নামত অনিয়ম অসম...

২২ জুনলৈকে বন্ধ আন্তঃজিলা যাতায়াত | নতুন SOPৰ সৱিশেষ

ক’ভিড সম্পৰ্কে নতুন SOP ৰাজ্য চৰকাৰৰ গুৱাহাটীত দুপৰীয়া ২ বজাৰ পৰা সান্ধ্য আইনপুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইনকাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়ত কঠোৰ সান্ধ্য আইনশোণিতপুৰ, নগাঁৱতো...

ৰাজ্যপালক সাক্ষাৎ মুখ্য়মন্ত্ৰীৰ; অচিৰেই উচ্চ শিক্ষাত আহিব সংস্কাৰ

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজভৱনত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰি থকা...

Popular