উত্তৰ পূৱ

এইবাৰ দুৰ্নীতি নিবাৰকৰ জালত ACS বিষয়া

দৰমহাৰ টকা কেইটাৰে নুজোৰে একাংশ চৰকাৰী বিষয়াক। কেইটামান টকা লৈ ইজন পিছত সিজন বিষয়া পৰিছে দুৰ্নীতি নিবাৰকৰ জালত। তাৰ পিছতো শিক্ষা নলয় একাংশ ঘোচখোৰ...

স্বাভিমানী অসমীয়া, বিলাসী গাড়ীত জিলিকিছে চিৰচেনেহী অসমীয়া ভাষা!

অসমৰ জাতীয় সংগীতৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গ , সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কালজয়ী গীতলৈ। অসমীয়াৰ স্বভিমান গামোচা খনৰ পৰা আৰম্ভ কৰি পৃথিৱী বিখ্যাত, অসম...

নিপন গোস্বামীয়ে অভিনয় কৰা ছবি সমূহ…

অসমীয়া ভাষাৰ চলচ্চিত্ৰ সংগ্ৰাম (১৯৬৫)ডক্তৰ বেজবৰুৱাশেষ বিচাৰআজলী নবৌককাদেউতা নাতি আৰু হাতীনয়নমনিদূৰণিৰ ৰং ঘৰ সংসাৰজীৱন সুৰভিপ্ৰতিমাপূজামৰিচিকামইনাজানমানৱ আৰু দানৱশকুন্তলা আৰু শংকৰ জোচেফ আলিপ্ৰতিদান ছিৰাজহিয়া দিয়া নিয়াককাদেউতাৰ ঘৰজোঁৱাইকাদম্বৰীমিঠা মিঠা লগনতপলে পলে...

মহিলাৰূপী এই যুৱকে মন মুহিলে সকলোৰে

সাইলাখ নাৰী, চালে চকু থৰ হৈ ৰ'ব আপোনাৰযোৰহাটৰ চাৰিগাঁও কাঠনিয়াৰকুৰিৰ ভাওনাত মহিলাৰূপী এই যুৱকে মন মুহিলে সকলোৰে https://youtu.be/bBM6VM1QXzM

দীপাৱলী সেমেকালে সামুদ্ৰিক ঘূৰ্ণি ছিট্রাঙে, অসমত কেতিয়ালৈকে হ’‍ব বৰষুণ?

ছিট্ৰাঙে চুই গ’ল অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচলপ্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰৰ বিভিন্ন অঞ্চলত। ঘন্টাত ৪০ৰপৰা ৫০ কিলোমিটাৰ বেগত খুন্দা সামুদ্ৰিক ঘূৰ্ণি ছিট্ৰাঙৰ। ছিট্ৰাঙৰ প্ৰভাৱত...

Popular