কিশোৰীক ধৰ্ষণ কৰি হত্যাৰ পিছতো নাই অনুশোচনা

0 218

বজাৰলৈ অহা এগৰাকী কিশোৰী, ঘৰলৈ যাবলৈ বুলি উঠিছিল প্ৰতিবেশী খুৰাকৰ অট’ত। কিন্তু সেই প্ৰতিৱেশী খুৰাকক বিশ্বাস কৰাটোৱেই যেন কাল হ’ল কিশোৰীৰ। নিকৃষ্ট মানসিকতাৰ সেইজন খুৰাকেই অতি নৃশংসভাৱে ধৰ্ষণ কৰি হত্যা কৰিলে দুৰ্ভগীয়া কিশোৰীগৰাকীক। ১৬ বছৰীয়া কিশোৰীগৰাকীক হত্যা কৰি তিলমানো অনুশোচনা নাই হত্যাকাৰীটোৰ।

Leave A Reply

Your email address will not be published.