উত্তৰ পূৱ

২০২৪ৰ আগত আমেৰিকাৰ দৰে হ’ব উত্তৰ-পূবৰ পথ : গাডকাৰী

গুৱাহাটীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সংবাদমেল’২৪ৰ আগত আমেৰিকাৰ দৰে হ’ব উত্তৰ-পূবৰ পথ : গাডকাৰী‘অসমত ২৪৮টা কাম ১ লাখ কোটি টকা খৰচেৰে কৰি...

ৰাহুল গান্ধীৰ পদযাত্ৰাক লৈ পাহাৰীয়া ৰাজ্য মিজোৰামত উন্মাদনা

অহা ৭ নৱেম্বৰত মিজোৰামত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ প্রাকমুহূৰ্তত কংগ্রেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ আগমনে উদ্বেল কৰি তুলিলে ৰাজ্যখনৰ নিৰ্বাচনী পৰিৱেশ। পদযাত্ৰাত মিজো মহিলাৰ...

অৰুণাচললৈ গ’লে কি কি চাব?

ভাৰতৰ উত্তৰ-পূব দিশত অৱস্থিত এখন ৰাজ্য অৰুণাচল। অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্যই সকলো মানুহকে ৰাজ্যখনৰ প্ৰতি আকৰ্ষিত কৰে। আনফালে ফুৰি ভাল পোৱা প্ৰতিজন মানুহেই জীৱনত এবাৰ...

গুৱাহাটীৰ পৰা ভূটানৰ গেলেফুলৈ এছিয়ান কাৰ ৰেলী

গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি এছিয়ান কাৰ ৰেলী ভূটানৰ গেলেফুত গৈ উপস্থিত হৈছে। BIBN Friendship Car Rally বুলি নামাকৰণ এইবাৰৰ এছিয়ান কাৰ ৰেলীৰ। জলসম্পদ...

ছাত্ৰ বিক্ষোভত আকৌ উত্তাল হিংসাজৰ্জৰ মণিপুৰ

পুনৰ জ্বলিছে মণিপুৰছাত্ৰ বিক্ষোভত আকৌ উত্তাল হিংসাজৰ্জৰ মণিপুৰস্থানীয় লোক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষআৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগত ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰী আহতমঙলবাৰৰ নিশাৰ পৰাই পুনৰ ইণ্টাৰনেট...

Popular