উত্তৰ পূৱ

সামাজিক মাধ্যমৰ চৰ্চাত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ এখন ফটো

সামাজিক মাধ্যমৰ চৰ্চাত এখন বিশেষ ফটো এসময়ৰ খেতিয়ক, পাচলি বিক্ৰেতা এতিয়া মিজোৰামৰ মুখ্যমন্ত্ৰী... অলপতে মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা লালডুহোমাৰ এখন বিশেষ ফটো বৰ্তমান চৰ্চাৰ...

মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী লালডুহোমা, লালডুহোমাৰ নজনা ১০টা কথা

মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী লালডুহোমা। মিজোৰামৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বলগীয়া ৭২ বছৰীয়া লালডুহোমাক লৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সৃষ্টি হৈছে চাঞ্চল্য। দুই প্ৰাক্তন বিদ্ৰোহী নেতা লালথানহাওলা আৰু জোৰামথাংগাৰ...

ৰাজ্যত ২৩খনকৈ ক্রিকেট খেলপথাৰ নিৰ্মাণৰে আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব অসম ক্রিকেট সন্থাৰ

বৰ্তমান অসম আৰু ঘৰুৱা ক্ৰিকেটত উজলি আছে বিয়ান পৰাগ। অকল বিয়ানেই নহয় বিগত মুস্তাক আলী ট্ৰফীত আকাশ সেনগুপ্তা, ঋষভ দাস, মৃন্ময় দত্তৰ দৰে খেলুৱৈৰ...

এতিয়াও মিজোৰামত আবদ্ধ ২৯জন ম্যানমাৰ সেনাৰ জোৱান

মিজোৰাম আৰক্ষীৰ ওচৰত বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰিছিল ম্যানমাৰ সেনাৰ ২৯গৰাকী জোৱানে। এইসকল সেনাক ভাৰত চৰকাৰে হেলিকপ্টাৰেৰে মণিপুৰৰ তামুলৈ নি ম্যানমাৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু বতৰৰ...

ম্যানমাৰত হামলা ব্রাডাৰহুদ এলায়েন্সৰ, বিশাল এলেকা দখল

ম্যানমাৰত হামলা ব্রাডাৰহুদ এলায়েন্সৰ, বিশাল এলেকা দখলম্যানমাৰৰ নাগৰিকৰ পলায়ন, মিজোৰামত প্ৰৱেশ২৪ ঘণ্টাত মিজোৰামত আশ্রয় ম্যানমাৰৰ ৫,০০০ নাগৰিকৰএই লোকসকলৰ ভিতৰত আছে ৩৯গৰাকী সেনা জোৱান ভালেসংখ্যক উগ্রপন্থী...

Popular