উত্তৰ পূৱ

বংগ, উত্তৰ-পূবত গ্ৰীষ্মৰ দহনৰ অন্ত পেলাব ঘূৰ্ণী বতাহে

বংগ, উত্তৰ-পূবত গ্ৰীষ্মৰ দহনৰ অন্ত পেলাব ঘূৰ্ণী বতাহেবংগোপসাগৰৰ বক্ষত নিম্ন চাপৰ ফলত সৃষ্টি হৈছে ঘূৰ্ণী ‘REMAL’১০০–১১০ কিঃমিঃ বেগত ঘূৰ্ণীয়ে সংহাৰ সৃষ্টি কৰিব দক্ষিণ বংগৰ...

উত্তৰ-পূব তথা অসমত কেইখন আসন পাব বিজেপিয়ে?

ৰাজ্য সফলতাৰে সম্পন্ন হ’ল তিনিওটা পৰ্যায়ৰ নিৰ্বাচন। ফলাফলৰ বাবে ৰ’ব লাগিব ৪ জুনলৈ। কোন দলে কিমান আসন পাব নিৰ্বাচনত? প্ৰতিটো দলে কৰিছে পূৰ্বানুমান, কি...

ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰদৈচিলাৰ তাণ্ডৱ

ৰাজ্যৰ ভিন্ন প্ৰান্তত শনিবাৰে নিশা প্ৰকৃতিয়ে ধাৰণ কৰে সংহাৰী ৰূপ। প্ৰৱল শিলাবৃষ্টি আৰু বতাহ ধুমুহাই বিস্তৰ ক্ষতি কৰে বহু ঠাইত। ধুমুহাত বহু ঘৰ ভাঙি...

ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰুচোৰৰ ত্ৰাস

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত গৰু চোৰৰ সন্ত্ৰাস। জামুগুৰিহাটত গৰুচোৰক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতি থানাৰ সন্মুখত। গৰু চোৰৰে আৰক্ষীৰ মিতিৰালি থকাৰ অভিযোগত থানা ঘেৰাও...

অৰুণাচলৰ বাংলাদেশীৰ বোজা ল’ব লাগিব নেকি অসমে?

সঁচাকৈ অসমত সংস্থাপিত হ’ব নেকি বাংলাদেশৰ পৰা অহা চাকমা আৰু হাজং শৰণাৰ্থী?অৰুণাচলৰ বাংলাদেশীৰ বোজা ল’ব লাগিব নেকি অসমে?কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্যক লৈ...

Popular