উত্তৰ পূৱ

গুৱাহাটীৰ পৰা ভূটানৰ গেলেফুলৈ এছিয়ান কাৰ ৰেলী

গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি এছিয়ান কাৰ ৰেলী ভূটানৰ গেলেফুত গৈ উপস্থিত হৈছে। BIBN Friendship Car Rally বুলি নামাকৰণ এইবাৰৰ এছিয়ান কাৰ ৰেলীৰ। জলসম্পদ...

ছাত্ৰ বিক্ষোভত আকৌ উত্তাল হিংসাজৰ্জৰ মণিপুৰ

পুনৰ জ্বলিছে মণিপুৰছাত্ৰ বিক্ষোভত আকৌ উত্তাল হিংসাজৰ্জৰ মণিপুৰস্থানীয় লোক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষআৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগত ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰী আহতমঙলবাৰৰ নিশাৰ পৰাই পুনৰ ইণ্টাৰনেট...

এছিয়ান গেমছত নিষিদ্ধ অৰুণাচলী এথলীট

অৰুণাচল প্ৰদেশ ভাৰতৰ নহয়। এই দাবীৰে তিনিগৰাকী অৰুণাচলী খেলুৱৈক ভিছা প্ৰদান নকৰি দেশখনত প্ৰৱেশত বাধা দিলে চীন চৰকাৰে। শনিবাৰে আনুষ্ঠানিক উদ্বোধন হ’বলগীয়া হাংঝৌ এছিয়ান...

ঘৰৰ পৰা ওলালে ছাতি ল’বলৈ একদম নাপাহৰিব!

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আগন্তুক ৫ দিনলৈ ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰে পৰা অহা ২৪ ছেপ্টেম্বৰলৈ অসমৰ...

শেৱালিৰ ঔষধি গুণসমূহৰ বিষয়ে জানেনে?

আহিনৰ আচলত ধৰি ধৰাৰ বুকুলৈ আকৌ আহিল শৰৎ। শৰৎ অহাৰ বতৰা লৈ আকৌ ফুলি উঠিল শেৱালি ফুল। শৰতৰ আগমনত প্ৰস্ফুতিত হোৱা শেৱালি আৰু ইয়াৰ...

Popular