উত্তৰ-পূব পেট্ৰ’লিয়াম পৰিবহণ সংস্থাৰ তিনিদিনীয়া ধৰ্মঘট ঘোষণা

• তিনিদিনীয়া ধৰ্মঘট ঘোষণা উত্তৰ-পূব পেট্ৰ’লিয়াম পৰিবহণ সংস্থাৰ
• ১৬ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ সৰ্বাত্মক অসহযোগ
• ১৬ ডিচেম্বৰৰ পুৱা ৫ বজাত আৰম্ভ হ’ব কাৰ্যসূচী
• ৭২ ঘণ্টাৰ বাবে বন্ধ থাকিব লোডিং, আনলোডিং, পৰিবহণ
• বন্ধ থাকিব পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ সৰবৰাহ
• ভাৰতীয় তেল নিগমৰ ৬টা টাৰ্মিনেলত প্ৰতিবাদ
• নুনমাটি, বেতকুছি, বঙাইগাঁও, মিছামাৰী, লামডিং টাৰ্মিনেলত অসহযোগ
• পেট্ৰ’ল, ডিজেল, গেছ, বিমানৰ ইন্ধনৰ যোগান ব্যাহত হোৱাৰ আশংকা
• ভাৰা বৃদ্ধিৰ দাবীলৈ গুৰুত্ব নিদিয়াৰ বাবে এই প্ৰতিবাদ
• উত্তৰ-পূবৰ আন সকলো টেংকাৰ মালিককো সহযোগ কৰাৰ আহ্বান

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...