ভেকচিন নোলোৱা চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা

  • ভেকচিন নোলোৱা চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা
  • চৰকাৰী কৰ্মচাৰীক স্বাস্থ্যমন্ত্ৰীৰ সকীয়নি
  • সোমবাৰৰ পৰা ভেকচিন লৈ কাৰ্যালয়লৈ অহাৰ নিৰ্দেশ
  • বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো নিৰ্দেশনা
  • সোমবাৰৰ পৰা প্ৰযোজ্য হ’ব সকলো নিয়ম
  • চৰকাৰী কৰ্মচাৰীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক
  • ভেকচিন লোৱা নাই বুলি ঘৰত বহি থাকিলে নহ’ব
  • ভেকচিনৰ অজুহাতত কাৰ্যালয়লৈ নাহিলে দৰমহা কৰ্তন কৰিব
  • ব্যক্তিগত প্ৰতিষ্ঠানেও ওলোমাই ৰাখিব লাগিব টিকাকৰণ সম্পূৰ্ণৰ ফলক
  • মিছাতে ফলক লগাই ধৰা পৰিলে কঠোৰ হ’ব প্ৰশাসন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...