বানৰ পৰিস্থিতি উন্নত নোহোৱালৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে গধুৰ যান-বাহন চলাচলত বাধা আৰোপ অসম চৰকাৰৰ। উত্তৰ পাৰেৰে চলিব গধুৰ যান বাহন।
- উজনিৰ পৰা নামনিলৈ ৰাওনা হোৱা বাহনৰ বাবে নিৰ্দেশ।
- ডিব্ৰুগড়ৰ পৰা বগীবিল দলং হৈ উত্তৰ পাৰেৰে নামনিলৈ যাব।
- নামনিৰ পৰা উজনিলৈ যোৱা বাহনসমূহৰ বাবেও নিৰ্দেশনা।
- শৰাইঘাট দলং-বাইহাটা-উত্তৰ পাৰ-বগীবিল দলং হৈ উজনিলৈ…
- ৰঙিয়া-বাইহাটা-উত্তৰ পাৰ-বগীবিল দলং হৈ এই দুটা পথেৰে নামনিৰ পৰা উজনিলৈ যাব পাৰিব।
- গুৱাহাটীৰ মাজেৰে যাবলগীয়া বাহনসমূহ কলীয়াভোমোৰা সেতু হৈ উত্তৰ পাৰ-বগীবিল দলঙেৰে উজনিলৈ যাব পাৰিব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আৰক্ষীৰ এই পথ নিৰ্দেশনা।