NHM-এ বাতিল কৰিলে CHOৰ বিজ্ঞাপন আৰু সাক্ষাৎকাৰ

কমিউনিটি হেল্থ অফিচাৰৰ বাবে ৮২২টা পদৰ দিছিল বিজ্ঞাপন। ২০২৫ৰ ১৯ জুলাইত NHM-এ দিছিল এই বিজ্ঞাপন। হাজাৰ হাজাৰ আবেদনকাৰীৰ মাজৰ পৰা বাচনি কৰিছিল ১৫০০ প্ৰাৰ্থী। ১৫০০ প্ৰাৰ্থীৰ মাজত অনুষ্ঠিত কৰিছিল দক্ষতা পৰীক্ষা আৰু সাক্ষাৎকাৰ। ২৫ৰ ১৪-১৭ অক্টোবৰলৈ অনুষ্ঠিত হৈছিল সাক্ষাৎকাৰ। ফলাফলৰ অপেক্ষাত আছিল সাক্ষাৎকাৰ দিয়া চাকৰি প্ৰত্যাশী। কিন্তু অজ্ঞাত কাৰণত CHO নিযুক্তি বাতিল NHM-ৰ। মিছন সঞ্চালক লক্ষ্মনন এছে বাতিল কৰে নিযুক্তি প্ৰক্ৰিয়া। CHO নিযুক্তি প্ৰক্ৰিয়া বাতিলৰ লগে লগে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল বিক্ৰীত অনুমোদন ট্ৰাম্প প্ৰশাসনৰ

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল...

ভাৰত-ব্ৰাজিলৰ বাণিজ্য ২০ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য, প্ৰতিৰক্ষা আৰু AI খণ্ডতো সহযোগিতা

ভাৰত আৰু ব্ৰাজিলৰ মাজত ক্ৰমাৎ শক্তিশালী হৈছে কৌশলগত আৰু...