নেইমাৰৰ দুভৰিৰ যাদুত মন্ত্ৰমুগ্ধ ফুটবলপ্ৰেমী

ৰ’নাল্ডো, মেছীৰ সমান্তৰালকৈ নেইমাৰৰ মেজিক
কোপা আমেৰিকাত পেৰুৰ বিপক্ষে দুৰ্দান্ত ৰূপত তাৰকা
নেইমাৰৰ দুভৰিৰ যাদুত মন্ত্ৰমুগ্ধ ফুটবলপ্ৰেমী

কোপা আমেৰিকাত ক্ৰমাগত দ্বিতীয় জয় আয়োজক দেশ ব্ৰাজিলৰ। পেৰুৰ বিৰূদ্ধে দমনীয় প্ৰদৰ্শনেৰে ৪-০গলৰ ব্যৱধানত জয়লাভ ব্ৰাজিলৰ।
মেচখনত অনন্য ৰূপত নেইমাৰ
দুভৰিৰ কলাৰে বিশ্বৰ কোটি কোটি ফুটবল অনুৰাগীক সন্মোহন তাৰকাজনৰ। মেচখনত দেখা গল নেইমাৰৰ নিখুঁট পাছ, প্ৰতিপক্ষক বিপাঙত পেলাব পৰা কৌশল। ভৰিত বল লৈ প্ৰতিবাৰেই বিপক্ষৰ ৰক্ষণবেহু ভেদ কৰাৰ প্ৰয়াস নেইমাৰৰ। মেচখনৰ ১২ মিনিটত ব্ৰাজিলৰ হৈ এলেক্স ছেন্দ্ৰ’ ,৬৮ মিনিটত নেইমাৰ, ৮৯ মিনিটত এভাৰ্টন আৰু অতিৰিক্ত সময়ত ৰিহাৰলিছনৰ গলেৰে বিজয় সাব্যস্ত ব্ৰাজিলৰ।
‘ক’লা হীৰা’ পেলেৰ অভিলেখ স্পৰ্শ কৰাৰ দিশে নেইমাৰ
পেলেতকৈ মাত্ৰ ৯ টা গ’লত পিছ পৰি আছে নেইমাৰ
ইফালে ইউৰো কাপত বেলজিয়ামৰ কষ্টকৰ জয়
কেভিন ডে’ ব্ৰু’ইনৰ গ’লেৰে শেষ ৰক্ষা বেলজিয়ামৰ
ডেনমাৰ্কৰ বিপক্ষে স্মৰণীয় প্ৰত্যাৱৰ্তন দলটোৰ

ইউৰো কাপত ডেনমাৰ্কৰ বিৰুদ্ধে ২-১ গলত জয়লাভ বেলজিয়ামৰ। মেচৰ অধিকাংশ সময় আগবাঢ়িও হাৰ মানিলে ডেনমাৰ্কে। মেচৰ পূৰ্বে দেখা গল অভিনৱ দৃশ্য। মিডফিল্ডাৰ এৰিকছনৰ আৰোগ্য কামনাৰে ১০ নম্বৰ জাৰ্চী লৈ ডেনমাৰ্কৰ খেলুৱৈৰ প্ৰাৰ্থনা।
ইউৰোৰ নক আউটত নেদাৰলেণ্ড
অষ্ট্ৰিয়াক হৰুৱাই অন্তিম-১৬ত ডাচ্চ বাহিনী
কোপা আমেৰিকাত শনিবাৰে এখন হাইপ্ৰ’ফাইল মেচ
আৰ্জেণ্টিনাৰ বিপক্ষে খেলিব উৰুগুৱে
মেছিৰ সন্মুখত ছুৱাৰেজ অন্য এখন মহাৰণৰ বাবে অপেক্ষাত
ফুটবলপ্ৰেমী

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...