ভূমিস্খলনত প্ৰাণ হেৰুৱালে তিনিজনকৈ সেনা জোৱানে

ছিকিমৰ ছাতেনত ভয়াৱহ ভূমিস্খলন। সেনাৰ শিবিৰৰ সমীপতে এই ভূমিস্খলন। ভূমিস্খলনত প্ৰাণ হেৰুৱালে তিনিজনকৈ সেনা জোৱানে। আহত আন চাৰিজন জোৱানক হাস্পতালত ভৰ্তি। বৰ্তমানেও সন্ধান নাই ৬জনকৈ জোৱানৰ। জোৱানকেইজনৰ সন্ধানত অব্যাহত উদ্ধাৰ অভিযান। বৰষুণৰ বাবে উদ্ধাৰ অভিযানত সৃষ্টি হৈছে বহু অসুবিধাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ-প্ৰজন্মক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্রীলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

সম্প্রতি ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ...

দক্ষিণ-চীন সাগৰত চীনৰ নতুন সামৰিক ৰাডাৰৰ ঘাটি নিৰ্মাণৰ সন্দেহ

দক্ষিণ চীন সাগৰৰ বিতৰ্কিত পাৰাচেল দ্বীপপুঞ্জৰ এণ্টিলোপ ৰীফৰ সমীপৰ...