ধৰ্মপ্ৰাণ মহিলা নিলীমা হাজৰিকাৰ বিয়োগ

আজি সন্ধিয়া প্ৰায় ৫ বজাত নাওবৈচাৰ যুৱ নেতা, অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকাৰ মাতৃ তথা লখিমপুৰৰ ধৰ্মপ্ৰাণ মহিলা নিলীমা হাজৰিকাই মহানগৰীৰ হেল্থ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল লখিমপুৰৰ সৰবৰহী মহিলা হিচাপে পৰিচিত প্ৰয়াত নিলীমা হাজৰিকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...

আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা।

অৱশেষত আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা। অনাগত দুটা...

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ৪.৯ প্ৰাবল্যৰ ভূমিকম্পই...