ৰাষ্ট্ৰীয়

মাৰণাস্ত্ৰৰ সলনি হাতে হাতে ঝাড়ু লৈ খানাপাৰাত CRPF জোৱান; গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত স্বচ্ছ ভাৰত অভিযানত অংশ ল’লে দুই শতাধিক জোৱানে

মাৰণাস্ত্ৰৰ সলনি হাতে হাতে ঝাৰু আৰু ডাষ্টবিন লৈ খানাপাৰাত স্বচ্ছতা অভিযানত নামিল CRPF জোৱান। গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত CRPF কম্পোজিত হাস্পতালৰ উদ্যোগত গ্ৰহণ কৰা হয়...

আতচবাজী ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত; নিৰ্দিষ্ট সময়তহে ব্যৱহাৰ কৰিব পাৰিব আতচবাজী

আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে দিনটোৰ ২৪ ঘণ্টাই আতচবাজী ফুটোৱাৰ অনুমতিও দিয়া নহ’ব। আতচবাজী ব্যৱহাৰৰ বাবে নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰাৰ...

বিদ্যালয় পৰিদৰ্শনত বাধা নাই, সংবাদ মাধ্যমৰ বাতৰি সত্য নহয়; চৰকাৰী বিদ্যালয় পৰিদৰ্শনত বাধা আৰোপ কৰা সন্দৰ্ভত সংবাদমেল শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

চৰকাৰী বিদ্যালয় পৰিদৰ্শনত বাধা আৰোপ কৰা সন্দৰ্ভত প্ৰকাশিত বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে বিদ্যালয়লৈ কোনো...

আই ফোন কিনিবলৈ বেচি দিলে সন্তানক; জন্ম দিয়া সন্তানতকৈ মূল্যবান নেকি এটা আইফোন?

সোণৰ গহনা, iPhone-ৰ শেহতীয়া মডেলকে ধৰি বিভিন্ন দামী সামগ্ৰী কিনাৰ চখ পূৰাবলৈ নিজৰ কোলৰ শিশুকেই বিক্ৰী কৰাৰ অভিযোগ উঠিছে এহাল দম্পতীৰ বিৰুদ্ধে। চাঞ্চল্যকৰ এই...

৬৫ কোটি টকাত নিলাম এখন চিত্ৰ; কোন চিত্ৰশিল্পীৰ ‘কোন’খন চিত্ৰক লৈ দেশজুৰি চৰ্চা

ভাৰতীয় আধুনিক শিল্পৰ অন্যতম প্ৰখ্যাত চিত্ৰশিল্পী মকবুল ফিদা হুছেইনৰ ১৯৫২ চনত অংকন কৰা বিখ্যাত চিত্ৰ ‘দ্য ৰেড গাৰ্ল’ ৬৫ কোটি টকাত বিক্ৰী হৈছে। মুম্বাইত...

Popular