ৰাষ্ট্ৰীয়

দিন হাজিৰা কৰি ৰাতি সমৰ কলাৰ সাধনা; সংগ্ৰামৰ মাজতে ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে ওৰাঙৰ আমিৰ উদ্দিনে

দৰিদ্ৰতাক নেওচি কঠোৰ পৰিশ্ৰম আৰু অদম্য মনোবলেৰে সমৰ কলাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে ওদালগুৰি জিলাৰ ওৰাঙৰ চুবুৰা-চুবুৰিৰ যুৱ খেলুৱৈ আমিৰ উদ্দিনে। শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত...

বগীবিলৰ পৰা আন্তঃৰাষ্ট্ৰীয় জলপথ বাণিজ্যৰ শুভাৰম্ভ; আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব ডিব্ৰুগড়ৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ যাত্ৰা

অসমত আজি ডিব্ৰুগড়ৰ নৱনিৰ্মিত বগীবিল টাৰ্মিনেলৰ পৰা প্ৰথম আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ যাত্ৰাৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই কাৰ্যসূচীত...

জীমত ভয়ংকৰ কাণ্ড, শতাধিক মহিলা-যুৱতীৰ আপত্তিজনক ভিডিঅ’ প্রস্তুত

জীমলৈ যোৱা যুৱতী-মহিলাৰ আপত্তিজনক ভিডিঅ’ প্ৰস্তুত। ব্লেকমেইলিঙেৰে বহু মহিলাৰ পৰা সৰকালে লাখে লাখে টকা। য়াছিন মূলতানিৰ কাণ্ডক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়া। জীম, শ্বপিং মল...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ কৰ্মচাৰীৰ বিৰুদ্ধে তিনিগৰাকী মহিলা সাংবাদিকে যৌন নিৰ্যাতন আৰু দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰে। এগৰাকী সাংবাদিকে এগৰাকী...

গুৱাহাটী মহানগৰীত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা; পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগৰ অভিযোগত ধৃত অভিষেক কুমাৰ সিং

গুৱাহাটীত পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ STF-এ। ধৃত লোকজন ৩১ বছৰীয়া অভিষেক কুমাৰ সিং বুলি জানিব...

Popular